Aank
BBITF ২০২৬ · ২৫–২৯ অক্টোবৰ · গুৱাহাটী · BCITF ২০২৬ · ৩১ অক্টোবৰ – ২ নৱেম্বৰ · মাকুম · ২৫ অক্টোবৰত চাৰিটা বিনামূলীয়া আহিলা মুকলি
AANK_A Creative Line
নাট্যগোষ্ঠী · গুৱাহাটী, অসম
গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ
AANK_A Creative Line-এ প্ৰকাশ কৰা নাটক, নাট্যকলা আৰু অসমীয়া সংস্কৃতি বিষয়ক গ্ৰন্থ।
অসমীয়া সমাজ জীৱন আৰু নাটক
BBITF ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত উন্মোচন, ২৫ অক্টোবৰ ২০২৬।
অসমৰ নাটকলা : পৰম্পৰা আৰু পৰিৱৰ্তন
ঐতিহ্যৰ নিৰ্যাস
Aytijyar Nirjash
ড° মৃণাল জ্যোতি গোস্বামীৰ নাট্যতত্ত্ববিষয়ক প্ৰবন্ধ সংকলন। নাটকৰ প্ৰাচ্য আৰু পাশ্চাত্য সংজ্ঞাৰ পৰা আধুনিক আৰু উত্তৰ-আধুনিক অসমীয়া নাটকলৈকে আলোচনা।
Google Booksত পঢ়ক
ভিন্নসুৰী এমুঠি প্ৰবন্ধ
Bhinnaxuree Emuthi Prabandha
অসমৰ সংস্কৃতি, সাহিত্য আৰু ঐতিহ্য বিষয়ক প্ৰবন্ধ সংকলন; সত্ৰীয়া নৃত্য আৰু সংগীতৰ আলোচনাও সন্নিৱিষ্ট।
Kaleidoscope
গুৱাহাটী বিশ্ববিদ্যালয়ৰ UGC-HRDCত অনুষ্ঠিত Orientation Programme-120 (৩১ জুলাই – ২০ আগষ্ট ২০১৯)ৰ গৱেষণা-প্ৰবন্ধৰ সংকলন।
Theatre Mosaic
BBITF আৰু BCITFৰ বাৰ্ষিক স্মৃতিগ্ৰন্থ।
বেটুপাতৰ ছবি যোগ কৰিব লাগিব